Tuesday, April 2, 2019

দেশফুল

কিছুমান ফুল ৰাতি ফুলে। এতিয়া ৰাতি।
ফুলবোৰ নুফুলিলে ৰাতিটো অথলে যায়
অথলে যায়