(…একে একে দুই দুয়ে দুয়ে চাৰি
শাৰী
শাৰী কৈ পাতি ৰাশি ৰাশি)
বহু
উত্তৰ যে পালা গণিতৰ
পিছে
আউল অজানিতে লাগে।
কোনে
জানে কাৰ জীৱনৰ লংগৰ
কোন
ঘাটত বা লাগে।।
শুনিছোঁ
বহু আলোকবৰ্ষৰ সিপাৰৰ
সম্ভেদ
গণিতীয় কল্পনাৰে পাব পাৰি,
মোৰ
পৰা তোমালৈকে বাটটোহে
জুখিব
নোৱাৰি।
সূত্ৰৰে
এনেকৈ নাও জীৱনৰ
সাঙোৰ
নাখায় চাগে’।।
কোনটি
বা সূত্ৰেৰে কোনটি বা নীতিৰে
নাজানি
আগবাঢ়িও সমিধান পাব পাৰি,
বুজিলোঁ
আজি যেতিয়া পালোঁ
সঁহাৰি
তোমাৰে ।
মোহনাত
ৰামধেনু সজায় তোমাৰ
সোণসেৰীয়া মাতে।।
[Two
ones are two, two twos are four
Numbers
are in lines, in a row…
Problems
of numbers are done
But
some puzzles arise
Who
knows where his boat of life
Finds
it's shore.
Heard
that mystries beyond many a light years
Can be
unfolded by magic of numbers
But
the lane from me to you cann't be measured
Life
might not be a slave of numbers…
Which
method to be followed, which rule to be obeyed
Not
knowing that solution can be achieved
Understood
only when you hold my hands
Painting
the rainbow with your golden voice…]
Translations-
Chinmoyee Goswami
ভাষান্তৰ- চিন্ময়ী গোস্বামী
Details for Longor Theme Song
Longor,
the theme song for a short film with the same name is just another romantic
song but attempting to use the nomenclature of mathematics. Themed around a character,
teacher of maths, addressing success and failure, this song of love reflects a
song of life.
Audio Credits
কণ্ঠ- ৰাহুল গৌতম শৰ্মা
সুৰ
আৰু সংগীত- পৰাণ বৰকটকী (জ’জ’)
গীত- সমুদ্ৰ কাজল শইকীয়া (কাণখোৱাৰ গান)
বাছ গীটাৰ- বুলবুল দাস
গীটাৰ- ঋতিৰাজ গগৈ
ষ্টুডিঅ’
সহায়ক- বাদল ওৰাং
কোৰাছ- ধৃস্নিতা বৰা, স্বাশ্বত বৰা
ৰেকৰ্ডিং আৰু মিক্সিং- ধ্বনি ৰেকৰ্ডছ ষ্টুডিঅ’
Singer-
Rahul Gautam Sharma
Composition
& Music- Poran Borkatoky (Jojo)
Lyrics-
Samudra Kajal Saikia (Kaankhowa’s Song)
Bass
Guitar- Bulbul Das
Guitar-
Writiraj Gogoi
Studio
Assistant- Badal Urang
Chorus-
Dhrisnita Bora, Swashwat Bora
Recorded and mixed at Dhwani Records Studio
Short
Film Credits
কাৰ্যবাহী
প্ৰযোজক- দিগন্ত কাকতি
কাহিনী- ৰাবুল শইকীয়া
চিত্ৰনাট্য-সংলাপ- সমুদ্ৰ কাজল শইকীয়া
পৰিচালনা- ৰূপকমল হাজৰিকা
সহকাৰী
প্ৰযোজক- নীলা শইকীয়া
সামগ্ৰিক
পৰিকল্পনা- ৰাবুল শইকীয়া, থুৰীয়া
শইকীয়া
চিত্ৰগ্ৰহণ- নাহিদ আহমেদ
সম্পাদনা- হৃষিকেশ দাস
সহকাৰী
পৰিচালক- ধনশ্ৰী কলিতা, নীলা
শইকীয়া
আৱহ- দেৱজিৎ গায়ন
অভিনয়ত- দিগন্ত কাকতি, পংখী মহন্ত বৈশ্য, জনাৰ্দন মহন্ত, অয়নজিৎ দেৱ শৰ্মা, নিপা বৰা, নৱজ্যোতি নাথ, প্ৰতিভা
হাজৰিকা (মুনু), ধনশ্ৰী কলিতা, প্ৰীতম
বৰা
Executive
Producer- Diganta Kakati
Story-
Rabul Saikia
Screenplay
and Dialogue- Samudra Kajal Saikia
Director-
Rupkamal Hazarika
Associate
Producer- Nila Saikia
Concept/Planning-
Rabul Saikia, Thuriya Saikia
DOP-
Nahid Ahmed
Editing-
Hrishikesh Das
Asst
Directors- Dhanashree Kalita, Nila Saikia
Sound
Designer- Debojit Gayan
Cast-
Diganta Kakati, Pankhi Mahanta Baishya, Janardan Mahanta, Ayanjit Deva Sarmah,
Nipa Bora, Nabajyoti Nath, Pratibha Hazarika (Munu), Dhanashree Kalita, Pritam
Bora
চোতাল প্ৰডাকচনছৰ প্ৰস্তুতি
A
Sotaal Productions Creation

No comments:
Post a Comment