Saturday, June 25, 2016

অল্পবিদ্যাধৰ

Art: Moumita Ghosh

মেঘৰ পৰা আঁকুহি ৰঙ অলপ আনি গাত সানিলোঁ
সূৰ্যটোক কৰি থ'লোঁ এৰাপৰলীয়া

এতিয়া গাটো তেনেই
চেলেকা চুবুৰীয়া...

No comments:

Post a Comment