Assamese verses from Kankhowa and Samudra Kajal Saikia
Saturday, August 7, 2021
মোৰ দেশ
এদিন শুই উঠিয়ে ভাবিলোঁ
মোৰ দেখোন দেশ নাই!
এই অসম দেশ মোৰ দেশ নহয়, এই ভাৰত বা ইণ্ডিয়া
যি নামেৰেই নোবোলা ইয়ো মোৰ দেশ নহয়।
তেন্তে মোৰ দেশখন ক’ত?
প্ৰতিজন মানুহৰে গাইপতি একোখন দেশ থকা উচিত।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment