Assamese verses from Kankhowa and Samudra Kajal Saikia
Monday, May 1, 2017
টাটু
আহ ধুমুহা তোক বুকু পাতি লওঁ
হতাহতিত হ
ৰুৱা
ই
তোকেই মো
ৰ
ডাকো
ৱা
ল পাতি লওঁ
গছ এজোপা উঘালিয়েই তো
ৰ
অতপালি
এইবা
ৰহে পিছে
শ’লঠেকত প
ৰি
লি
আহ ধুমুহা, তো
ৰ
দুবাহুত মো
ৰ
নামটো
টা
টু
ক
ৰি
থওঁ ...
Art: Neelim Mahanta
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment