Saturday, February 5, 2022

আত্ৰাণি

ভৱকূপে জীৱ।

ম’হৰ ডিঙিৰ ঘণ্টাত ব্ৰহ্মাণ্ড-সঙ্গীত বাজে।

মানিমুনি শাক। মানিমুনি শাক। 

পৰ্ৱতটোৰ নামনিত তিলফুল হৈ…

নিজ বাটে নক্ষত্ৰ ঘূৰিব।।


 (মেটাকবিতা/ #assamesemashuppoetry)


Art: Abhilash Kaushik

No comments:

Post a Comment