Saturday, February 5, 2022

মেটাকবিতা (তিলফুল)

 ভুলতে তোমাক পৰ্বতৰ নামনিত 

খেপিয়াই ফুৰিছিলোঁ‌ 

তুমি যে মোৰ বিচনাখনত

জবাফুল হৈ 

হালিজালি ফুলি আছা।


(#মেটাকবিতা)




No comments:

Post a Comment