Assamese verses from Kankhowa and Samudra Kajal Saikia
Thursday, April 20, 2017
দিল দৰিয়াত
দিল দৰিয়াত বুৰবুৰণি
তুমিয়ে মোৰ চকুৰ মণি
পলক নপৰা নয়ন দুটি
নয়ন ভৰি চাওঁ
উশাহ ঘন মোৰ 'ফুল' দুটি
হৃদয় ভৰি পাওঁ
মই তোমাক
হৃদয় ভৰি পাওঁ।।
[দুটি মাছৰ গান। "শতফুল থিয়েটাৰ"ৰ গান]
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment