Sunday, April 30, 2017

বাটৰ কচু গাত ঘঁহাই লৈ কচুক দোষ কিয় দিয় তই?

বাট কচু গাত ঘঁহাই লৈ কচুক দোষ কিয় দিয় তই?
নলগা জেঙত জিকা নুফুলিলে আকাশলৈ চাৱ কিয় তই? 
ক'লা কচু আছিল আপোন বনত
পাপ আছিল মাথোঁ তো হে মনত  
য'তেই থাকে প্রত্যয়, কাণখোৱা তোৰ দেখোঁ তাতেই সংশয়।।


No comments:

Post a Comment