Monday, July 15, 2013

কালান্তক



বহু সাধনাৰ অন্তত পালোঁ তোমাক।
বুকুত ভালপোৱা ফুটিল।
ফুলাৰ মন্ত্র আওঁৰালোঁ সুন্দৰৰ - ফুল ফুলক,
গোটেইখনতে বাঁহফুল ফুলিল...

বাঁহফুলহে ফুলিল...

No comments:

Post a Comment