Monday, July 15, 2013

চাতক তৃষা

পিয়াহত আতুৰ কন্ঠ, তেৰখন নদীৰ পানী আনি দিয়া খাওঁ,
সাতখন সাগৰৰ বালিত বাগৰি কাণখোৱাৰ আৰাও।।

Art: Neelim Mahanta

No comments:

Post a Comment