Assamese verses from Kankhowa and Samudra Kajal Saikia
Monday, July 15, 2013
নাথ যোগী
ইমান ওচৰতে গান গাই আছ
তথাপি ইমান দূৰত যেন শুনি
যেন বাঁহনিৰ সিপাৰৰ এখন
কোনেও কাহানিও নেদেখা গাঁও
বাটকুৰি বাই দেখোন তহঁতৰ কাষলৈকে আহোঁ
যিমানে কাষ চাপোঁ সিমানে দূৰ হয় মাত
ক’ত সেই মাত
কেনি সেই বাট
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment