মই এনেয়ে অনাই বনাই ফুৰা নাই
মই এনেয়ে অনাই বনাই ফুৰা নাই
হাটে বাটে।
মৰম বিচাৰি এক প্ৰেমিক মই
হাটে বাটে।
দয়া কৰা প্ৰভূ বিপৰ্যয়ত জৰ্জৰিত মই
হাটে বাটে।
পাপী মই, ভুল কৰিছোঁ, হয়
হাটে বাটে।
বাসনাৰ সুৰাৰে প্ৰেমৰ সন্ধানত মই
হাটে বাটে।
মাতাল হ'লেও আছে মোৰ চেতনা ঠিকেই
আথে বেথে।
No comments:
Post a Comment