Sunday, January 29, 2017

বিজন ঘৰ

তুমি আছা বাবেই
মই আছোঁ
মই আছোঁ বাবেই
মই নাই
মই নাই বাবেই

তুমি আছা। 

No comments:

Post a Comment