Assamese verses from Kankhowa and Samudra Kajal Saikia
Sunday, January 29, 2017
#Alkhalla 06 ৰুমি (জালাল উদ্দিন মুহাম্মদ ৰুমি)-ৰ কবিতা ০১
পখীৰ গান
পখীৰ গানে শাঁত পেলাই যায়
মোৰ কামনাৰ জ্বালা।
নিজৰ বুলিবলৈ যদিও মোৰ একো নাই
সিহঁতৰ দৰেই আজি মই আত্মহাৰা।
হে অনন্ত আত্মা, মোৰ মাজেৰেও তুমি
গান বা কিবা এটা কৰিবতো পাৰা...
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment