Thursday, May 23, 2013

জিকাফুল


আকাশখন যেতিয়া কঁহে ধৰা এটা কাঁহৰ বাতি
তেতিয়া তুমি গোৱা গানবোৰ
দহা সোণধাতুৰে গঢ়া একোপাহ জিকাফুল হৈ ফুলক।।




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment