Thursday, May 23, 2013

পিটালখোৰাত এদিন


পিটালখোৰাত এদিন ৰৈ ৰৈ বতাহৰ সোঁ সোৱনি শুনিছিলোঁ
তোমাৰ বহুত কিবা কিবি কবৰ আছিল
মই দুহেজাৰ বছৰ ধৰি গেদ পৰি থকা এটা কোলাহল শুনিবলৈ
কাণ উণাই আছিলোঁ
বতাহৰ সোঁ সোৱনিত বহুত কিবা কিবি শুনিছিলোঁ
তোমাৰ কথা শুনা নাছিলোঁ।।

[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment