জোনৰ মুখত নাৰিকল পাতৰ আঙুলি
শোক সন্তপ্ত কলগছৰ চুবুৰি
তুমি বা এতিয়া কেনে আছা
তামোল গছৰ কাকিনি শৰীৰেৰে নামি আহিছে নিৰৱতা।
[মূলতে বঙালীত লেখা। শান্তিনিকেতনত থকা কালীন এখন ক্ষূদ্রপত্রিকাত প্রকাশিত]
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment