গুৰু গুৰু গুৰু মেঘে গাজে নে ঢোল বাজে মেঘৰ আঁৰে [i]
মাটিৰ পৰা আকাশ যিমান দূৰণিত সিমান দূৰলৈকে
বিস্তৃত হেঁপাহ
হাল্লা বোল বুলি বিন্দু বিন্দু মিলি অগ্রসৰ হয় উলাহেৰে।।
মনে নেমানে, নেমানে বুজনি
কাৰনো মাত শুনি ৰিণি ৰিণি
ঘৰতে আজি নবহে মন লৰ মাৰিব খোজে থাউকতে
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
[i] বৰোদাৰ এম এচ বিশ্ববিদ্যালয়ৰ চাৰুকলা বিভাগৰ এটা প্রতিবাদৰ সময়ত হিন্দীত ৰচনা
কৰা এটা গীতৰ ভাঙনি।

No comments:
Post a Comment