কাণখোৱাৰ ঘৰত আছে পাঁচখনি দুৱাৰ
প্রতিখন দুৱাৰতে তুমি মাৰি যোৱা টোকৰ
নুবুজিলোঁ তোমাৰ এয়া খেলা কেনেকুৱা
দুৱাৰৰ আঁৰত লুকাই কান্দে কাণখোৱা।।
[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment