Thursday, May 23, 2013

উষ্ণতা


কণ্ঠ ৰূদ্ধ হৈ মোৰ প্রতিবাদ আজি ঘাম হৈ ওলাইছে।
নিজে জ্বলি পুৰি মৰিছোঁ। ছাই হৈ নাযাওঁ
এইমান ভৰসা আছে।
আঙঠা হৈ এদিন তোমাক পুৰিম। 



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment